নমস্কাৰ গ্ৰহণ কৰিব। অসমীয়া পষেকীয়া ই আলোচনীৰ বাবে যিসকলে কবিতা, গল্প, নীলাখামৰ চিঠি, চুটি গল্প, কৌতুক মহৎলোকৰ বাণী, শ্ৰব্যৰূপত অসমীয়া কবিতা মোলৈ প্ৰেৰণ কৰিছে সেইসকলক আমাৰ তৰফৰপৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে জনাও যে যিসকলে এতিয়ালৈ লেখা দিয়া নাই তেওঁলোকক আমালৈ/মোলৈ ইনবক্স অথবা ৮৮১১০৭৬৮৪৮,mijumorang1448@gmail.com-অতো পঠিয়াব পাৰে। লেখাসমূুহ পঠিওৱা অন্তিম তাৰিখঃ27/11/2018
Friday, 23 November 2018
Wednesday, 21 November 2018
Tuesday, 20 November 2018
অসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাঃ
অসমীয়া সাহিত্য আন চহকী ভাষাৰ দৰে অসংখ্য উপন্যাস, গল্প, কবিতা, প্ৰৱন্ধ আৰু আন আন বিষয়ক গ্ৰন্থৰে চহকী। অসমীয়া সাহিত্য ভাষাটোৰ বৰ্তমানৰ সাহিত্য সম্ভাৰৰ উপৰিও ইয়াৰ ক্ৰমবিৱৰ্তনৰ সময়ত সৃষ্টি হোৱা পুৰণি অসংখ্য সাহিত্যৰ সম্ভাৰেৰে চহকী, যি ধাৰাৰ আৰম্ভ ৯ম-১০ম শতিকাৰ চৰ্যাপদৰে পৰা আৰম্ভ হৈছিল বুলি কোৱা হয়।
অসমীয়া সাহিত্যিকসকলৰ মাজত বহুতো ছদ্মনামেৰে লিখা বিখ্যাত সাহিত্যিক দেখা যায় আৰু বিভিন্ন সময়ত অসমীয়া সাহিত্যিকসল বিভিন্ন উপাধিৰে বিভূষিত হৈ আহিছে।
আচল নামৰ সৈতে ছদ্ম নামসম্পাদনা কৰক
উপাধিসম্পাদনা কৰক
|
|
বিখ্যাত অসমীয়া ব্যক্তিক প্ৰদান কৰা উপাধিসম্পাদনা কৰক
বিভিন্ন ক্ষেত্ৰত উচ্চ পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক কেতিয়াবা চৰকাৰী বা কেতিয়াবা জনতাৰদ্বাৰা আদৰতে সৰ্বমান্য খিতাপেৰে বিভূষিত কৰা হয়। তলত এনে বিভিন্ন উপাধিৰে বিভূষিত অসমৰ বিশিষ্ট ব্যক্তিসকলৰ তালিকা দিয়া হ'ল।[2]
লগতে চাওকসম্পাদনা কৰক
উৎসঃৱিকিপিডিয়া
Subscribe to:
Posts (Atom)
বিষাক্ত প্ৰেমৰ বতৰা 👉মিজু মৰাং ।
বিষাক্ত প্ৰেমৰ বতৰা জ্যোতিৰ্ময় মৰাং যাক বিছাৰি ফুৰিছো, তাই জানো বিছাৰি ফুৰিছে মোক, এয়া এক অবাস্তব কল্পনাহে মাথোন...
-
অসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকা বিষয়সমূহ ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি অসমীয়া সাহিত্য আন চহকী ভাষাৰ দৰে...
-
অসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকা বিষয়সমূহ ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি অসমীয়া সাহিত্য আন চহকী ভাষাৰ দৰে...
-
https://drive.google.com/file/d/1EZ-HHLJYKPFSd4LwSA7Meb7oL61U4wWp/view?usp=drivesdk
