Monday, 19 November 2018

বিষাক্ত প্ৰেমৰ বতৰা 👉মিজু মৰাং ।

বিষাক্ত প্ৰেমৰ বতৰা


জ্যোতিৰ্ময় মৰাং



যাক বিছাৰি ফুৰিছো,

তাই জানো বিছাৰি ফুৰিছে মোক,

এয়া এক অবাস্তব কল্পনাহে মাথোন,

আছে মোৰ বুলিবলে এখন মুক্ত আকাশ,

সকলো খুলি কবলৈ...!

No comments:

Post a Comment

Sing with me...

https://drive.google.com/file/d/1EZ-HHLJYKPFSd4LwSA7Meb7oL61U4wWp/view?usp=drivesdk