Friday, 23 November 2018

বিজ্ঞাপন

নমস্কাৰ গ্ৰহণ কৰিব। অসমীয়া পষেকীয়া ই আলোচনীৰ বাবে যিসকলে কবিতা, গল্প, নীলাখামৰ চিঠি, চুটি গল্প, কৌতুক  মহৎলোকৰ বাণী, শ্ৰব্যৰূপত অসমীয়া কবিতা মোলৈ প্ৰেৰণ কৰিছে  সেইসকলক আমাৰ তৰফৰপৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে জনাও যে যিসকলে এতিয়ালৈ লেখা দিয়া নাই তেওঁলোকক আমালৈ/মোলৈ ইনবক্স অথবা ৮৮১১০৭৬৮৪৮,mijumorang1448@gmail.com-অতো পঠিয়াব পাৰে। লেখাসমূুহ পঠিওৱা অন্তিম তাৰিখঃ27/11/2018

Sing with me...

https://drive.google.com/file/d/1EZ-HHLJYKPFSd4LwSA7Meb7oL61U4wWp/view?usp=drivesdk