Sunday, 18 November 2018

অন্তহীন আশা 👉মিজু মৰাং


অন্তহীন আশা                                   👉মিজু,💘মৰাং, বংকুৱাল 

অন্তহীন আশা বুকুত বান্ধি
আৰম্ভ কৰিছিলো লিখিবলৈ দুই এটা শব্দৰ গাঁথনি দি সুৰ হোৱা এটি প্ৰেমৰ কবিতা কিন্তু ….. অপ্ৰেমৰ হিয়াৰ বাগিছাত নুফুলিল প্ৰেম নামৰ সুগন্ধি ফুল পাহ নিসংগতাৰ হুমুনিয়াহবোৰে লিখিবলৈ শিকালে বিৰহৰ এটি হৃদয় বিদাৰক কবিতা, আশাবোৰ সকলো হৈ ৰ’ল আধৰুৱা এতিয়া কেৱল স্মৃতি হৈ ৰৈছে মোৰ সেই আধালিখা কবিতা …!!

মিজু মৰাং, বঙ্কুৱাল । 

বিষাক্ত প্ৰেমৰ বতৰা 👉মিজু মৰাং ।

বিষাক্ত প্ৰেমৰ বতৰা জ্যোতিৰ্ময় মৰাং যাক বিছাৰি ফুৰিছো, তাই জানো বিছাৰি ফুৰিছে মোক, এয়া এক অবাস্তব কল্পনাহে মাথোন...