Friday, 7 December 2018

উচুপনি আৰু বুজনি

  • উচুপনি আৰু বুজনি





  • মাজনিশা নিয়ৰৰ টুপালত,

  • তোমালৈ বৰকৈ মনত পৰে,

  • যেতিয়া বিচনাৰ কোমল পৰশত পৰো....

  • তোমাক নোপোৱাৰ দুখত

  • বৰকৈ উচুপে মোৰ কোমল হিয়াই

  • অজানিতে মনে মনে ভাব হয়

  • প্ৰেমৰ বাবে আত্মজাহ নিদিও

  • কোনোকালেই

  • বুজনি দিওঁ,সান্ত্বনা দিওঁ

  • লাহেকৈ শুই পৰো।

  •            


বিষাক্ত প্ৰেমৰ বতৰা 👉মিজু মৰাং ।

বিষাক্ত প্ৰেমৰ বতৰা জ্যোতিৰ্ময় মৰাং যাক বিছাৰি ফুৰিছো, তাই জানো বিছাৰি ফুৰিছে মোক, এয়া এক অবাস্তব কল্পনাহে মাথোন...