- মই আপঙৰ প্রেমত পৰিছো...
- 👉মিজু মৰাং
- তোমালৈ লিখিম বুলি ভবা কবিতাটো ইমান দিনে লিখিবই পৰা নাই জানা,এবাতি আপঙৰ যে বৰ নিচা।
- আজিকালি মই বৰকৈ আপঙৰ প্রেমত পৰিছো..
- প্রিয় আপঙে মোক আশাভঙ্গ কৰা নাই এদিনো কেৱল তুমিয়ে মোক.....।
- আৰু কি জানা,
- তোমাৰ দৰে আপঙো আপোন হৈ পৰিছে।
- তার লগত মোৰ প্ৰেমৰ সুবাস জাগিছে,মই তাইক বুজাইছোসআপং,
- তই থাকিব খুজিছা যেতিয়া
- গোপনে-গুপুতে-বুকুতে থাক।
- তইতো হৃদয়হীন নহয়,
- তাইৰ দৰে....
Monday, 19 November 2018
মই আপঙৰ প্ৰেমত পৰিছো 👉মিজু মৰাং
তুমি আহিবা👉মোৰ জীৱন দলে
তুমি আহিবা
👉মোৰ জীৱন দলে
তুমি আহিবা
মই লুকাই থকা সময়
যেতিয়া কাষলে লাজেই আহি কঁপাই ,
দূৰণি পৰা উৰি অহাঁ এজাক মতলীয়া বতাহৰ সোণাৰু
ফুলৰ সুগন্ধি পাই,
মোৰ বিশ্বাস তুমি আহি আছে,
মোৰ অপেক্ষা বৰ লাজুকী বনৰ দৰে,
হতাশ হৈ পৰোঁ,
ছবিখন অচিন,
ভাগি পৰা দৰে
অপ্ৰাণ প্ৰাচীন কালৰ দেৱাল,
তথাপিও এখোজ কাঢ়িবলৈ বিচাৰোঁ
সেউজী ৰাতিপুৱা পখিলাৰ লগত,
গীতৰ সুৰৰ মাজত
এটি সুৰ মিলাই যাব খুজিছোঁ,
তোমাৰ অপেক্ষাত,
তুমি আহিবা!
Subscribe to:
Posts (Atom)
বিষাক্ত প্ৰেমৰ বতৰা 👉মিজু মৰাং ।
বিষাক্ত প্ৰেমৰ বতৰা জ্যোতিৰ্ময় মৰাং যাক বিছাৰি ফুৰিছো, তাই জানো বিছাৰি ফুৰিছে মোক, এয়া এক অবাস্তব কল্পনাহে মাথোন...
-
অসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকা বিষয়সমূহ ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি অসমীয়া সাহিত্য আন চহকী ভাষাৰ দৰে...
-
অসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকা বিষয়সমূহ ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি অসমীয়া সাহিত্য আন চহকী ভাষাৰ দৰে...
-
https://drive.google.com/file/d/1EZ-HHLJYKPFSd4LwSA7Meb7oL61U4wWp/view?usp=drivesdk