Monday, 19 November 2018

মই আপঙৰ প্ৰেমত পৰিছো 👉মিজু মৰাং

  • মই আপঙৰ প্রেমত পৰিছো...
  • 👉মিজু মৰাং 
  • তোমালৈ লিখিম বুলি ভবা কবিতাটো ইমান দিনে লিখিবই পৰা নাই জানা,এবাতি আপঙৰ যে বৰ নিচা।
  • আজিকালি মই বৰকৈ আপঙৰ প্রেমত পৰিছো..
  • প্রিয় আপঙে মোক আশাভঙ্গ কৰা নাই এদিনো কেৱল তুমিয়ে মোক.....।
  • আৰু কি জানা,
  • তোমাৰ দৰে আপঙো আপোন হৈ পৰিছে।
  • তার লগত মোৰ প্ৰেমৰ সুবাস জাগিছে,মই তাইক বুজাইছোসআপং,
  • তই থাকিব খুজিছা যেতিয়া
  • গোপনে-গুপুতে-বুকুতে থাক।
  • তইতো হৃদয়হীন নহয়,
  • তাইৰ দৰে....

No comments:

Post a Comment

বিষাক্ত প্ৰেমৰ বতৰা 👉মিজু মৰাং ।

বিষাক্ত প্ৰেমৰ বতৰা জ্যোতিৰ্ময় মৰাং যাক বিছাৰি ফুৰিছো, তাই জানো বিছাৰি ফুৰিছে মোক, এয়া এক অবাস্তব কল্পনাহে মাথোন...